সংখ্যা-যাদু

 

 

2010 চনৰ 24 অক্টোৱৰ তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষগৃহত (তেজপুৰ বিশ্ববিদ্যালয়) সেই বৰ্ষৰ টেকক্ষেত্ৰৰ (TechXetra) উপলক্ষে প্ৰফেছৰ নয়নদীপ ডেকাবৰুৱাই এক সংখ্যা-যাদু প্ৰদৰ্শন কৰিছিল। ইয়াত সহযোগ কৰিছিল বিশ্ববিদ্যালয়খনৰ গণিত ক্লাৱৰ প্ৰায় চল্লিশজন সদস্যই। বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী উপভোগ কৰিছিল। ওপৰৰ ফটো দুখন সেই যাদু প্ৰদৰ্শনীৰ দুটা মুহূৰ্ত।

[ টোকা:- আমাৰ ৰাজ্যৰ বা ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ বহুতো গণিত তথা বিজ্ঞান-প্ৰেমী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে গাণিতিক আৰু বৈজ্ঞানিক বৈশিষ্ট, প্ৰমেয়, প্ৰক্ৰিয়া আদিৰ আৰ্হি(model) আৰু সেইবোৰ জড়িত কৰি বিষয় একোটাৰ প্ৰতি কৌতূহলোদ্দীপক যাদু প্ৰদৰ্শন কৰে। সেইবোৰৰ চিত্ৰ আৰু প্ৰদৰ্শন সম্পৰ্কীয় বা-বাতৰি প্ৰকাশৰ প্ৰতি গণিত চৰা অতিকে আগ্ৰহী। সেইবোৰৰ ন-পূৰণি চিত্ৰ, বাতৰি আদি গণিত চৰালৈ প্ৰেৰণ কৰিবলৈ পাঠকসকলক অনুৰোধ জনালো। গণিত চৰাৰ ফালৰ পৰাও সেইবোৰ সংগ্ৰহৰ প্ৰচেষ্টা অৱ্যাহত থাকিব... ]

[ad#ad-2]

Print Friendly, PDF & Email
The following two tabs change content below.

Pankaj Jyoti Mahanta

READ:   The Man Who Knew Everything (Almost)!
No Comments

Sorry, the comment form is closed at this time.