ব্যস্ততা, ব্যস্ততা আৰু ব্যস্ততা। অধ্যাপক হ'লোঁ বুলিয়েই মই মানুহ নহয় নেকি? যোৱা সপ্তাহত একেলগে সাতটা ক্লাছ আৰু আজি দেওবাৰটোতো বিশেষ পাঠদান। নোৱাৰি আৰু দেই! মোক অলপ বিশ্ৰাম লাগে। যানখনৰ বিশাল পৰ্দাখনৰলৈ চকু ফুৰালোঁ— এতিয়াও বিশ্ববিদ্যালয় পাবলৈ দুই আলোকবৰ্ষ আছে। অন্ততঃ তিনি-চাৰি ঘণ্টা আৰামত এঘুমটি মাৰিব...

জ্ঞানৰ সুবিশাল ক্ষেত্ৰখনৰ প্ৰতিটো কোণতে ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস সন্নিৱিষ্ট হৈ আছে। জ্ঞান-শিক্ষাৰ বিকাশত গণিত-বিজ্ঞানে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰত উপমহাদেশত যিবোৰ গাণিতিক ধাৰণাৰ জন্ম হৈছিল, সেইবোৰে গণিত-শাস্ত্ৰৰ বহল পৃথিৱীখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। স্বামী বিবেকানন্দই কৈছিল, ‘তুমি জানানে বিজ্ঞানৰ কেইটা ভাগৰ উৎপত্তিস্থল...

দৈনন্দিন জীৱনত আমি আমাৰ অলক্ষিতে বহু ক্ষেত্ৰত গণিত-বিজ্ঞানৰ সহায় লৈ আহিছোঁ। সঁচা অৰ্থত ক’বলৈ গ’লে ককা-আজোককাৰ দিনৰপৰাই আমিবোৰ প্ৰায়োগিক গণিত (Applied Mathematics)ৰ ওপৰত কম-বেছি পৰিমাণে নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হয়। [caption id="attachment_5668" align="alignleft" width="304"] ফটো : নাঙল, ফটোগ্ৰাফাৰ : নিতুল বৰা[/caption] আমাৰ পূৰ্বপুৰুষসকল আছিল প্ৰধানকৈ কৃষিজীৱী লোক। শস্য...

Most of our readers may be aware that mathematicians celebrate March 14th every year as $$pi$$ Day throughout the world (in fact in some places it is an official holiday). So, we thought this time to bring out a special contest for everyone. On this...

কথোপকথনত যশস্বী উদ্ভাৱক উদ্ধৱ ভৰালী   সাক্ষাৎগ্ৰহণ : দীক্ষিতা শৰ্মা, ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য সংকলন : ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য   শতাধিক যন্ত্ৰৰ উদ্ভাৱক অসম গৌৰৱ উদ্ধৱ ভৰালী বৰ্তমান এটি পৰিচিত নাম। নিজৰ উদ্ভাৱনসমূহৰ জড়িয়তে তেখেতে দেশ-বিদেশৰ বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে। লক্ষ লক্ষ টকাৰ চাকৰি হেলাৰঙে প্ৰত্যাখ্যান কৰি কেৱল অসম আৰু অসমৰ মানুহৰ...

[caption id="attachment_6995" align="alignleft" width="197"] Image Source : Shutterstock[/caption] Dr. Debraj Chakrabarti is an Assistant Professor of Mathematics in Central Michigan University, Mt.Pleasant, USA. He is a very good person, a wonderful teacher and a brilliant mathematician. He had done B.Tech from IIT Kharagpur, India and thereafter...

[caption id="attachment_6980" align="alignleft" width="298"] Image Source : Shutterstock[/caption] The S. N. Bose National Center for Basic Sciences, Kolkata is a premier research institute in India named after Satyendra Nath Bose, the great theretical physicist. The institute has started the admission procedure for its 2014 program. More...