H-1 প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিৰ ফেল’ : ১৯১৮ চনৰ ১৮ ফেব্ৰুৱাৰীত ত্ৰিশ বছৰ বয়সতে ৰামানুজনৰ নাম ৰয়েল ছ’চাইটিৰ ফেল’শ্বিপৰ বাবে প্ৰস্তাৱ কৰা হয়। এয়া গৃহীতও হয়। এই ভাষ্য শুনা যায় যে আধুনিক কালত প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিলৈ বুলি নিৰ্বাচিত হোৱা এইটোৱে প্ৰথম ঘটনা আছিল। নিল্-বোৰ আছিল...

  G-1 হাৰ্ডিৰ ধাৰণাৰ পাৰস্পৰিক শিক্ষা : স্বাভাৱিকতে ৰামানুজনক নতুন পাৰিপাৰ্শ্বিকতাৰ স’তে খাপ খুৱাবলৈ কেইসপ্তাহমান লাগিছিল। হাৰ্ডি আৰু লিটল্-উডৰ মৰমে এই কালছোৱা যথেষ্টভাৱে চুটি কৰি দিছিল। এয়া এটা অতি গুৰুত্বপূৰ্ণ কথা, এইবাবেই যে এই বিদেশী বন্ধু দুজনে বুকুৰ উম দি ৰামানুজনক ‘ফুৰিবলৈ’ সুবিধা কৰি দিছিল। ঘটনাটোৱে আমাৰ...

  F-1 কেম্ব্ৰিজৰ জীৱনৰ বাবে ৰামানুজনৰ সাজোন-কাচোন : F-1.1 কেম্ব্ৰিজলৈ যোৱাৰ বাবে সন্মতি : ৰামানুজনৰ যাত্ৰাৰ বাবে প্ৰস্তুতিখিনিৰ প্ৰথম ঢাপটো আছিল সাগৰ পাৰ হোৱাৰ দৰে সেই সময়ত প্ৰচলিত সামাজিক আৰু ৰক্ষণশীলতাৰ বাধাখিনি জোকাৰি পেলোৱাটো। শেশু আয়াৰে ৰামানুজনৰ মাকক সন্মতি প্ৰদানৰ বাবে পুনৰাবেদন কৰিছিল। ৰামস্বামী আয়াৰে ৰামানুজনক পুনৰাবেদন কৰিছিল।...

  কোষৰ সংবেদনশীলতা সন্দৰ্ভত কৰা গুৰুত্ত্বপূৰ্ণ গৱেষণাৰ বাবে দুজন মাৰ্কিন বিজ্ঞানী যথাক্ৰমে উত্তৰ কে’ৰলিনাৰ ডিউক ইউনিভাৰ্ছিটি মেডিকেল চেণ্টাৰৰ ৬৯ বছৰীয়া বিজ্ঞানী ৰবাৰ্ট জে. লেফকউইটজ আৰু কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি স্কুল অৱ মেডিচিনৰ ৫৭ বছৰীয়া বিজ্ঞানী ব্ৰায়ান কে. কবিলকাক ২০১২ বৰ্ষৰ ৰষায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা...

  E-1 ৰামানুজনৰ বাবে ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ গৱেষণা-বৃত্তি পোৱাৰ প্ৰচেষ্টা হাতত লৈছিল : অধ্যায় D-ত উল্লেখ কৰা ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিয়ে ৰামানুজনৰ কাৰণে এটা গৱেষণা বৃত্তি বিচাৰিছিল। সেই অনুসৰি আৰ. ৰামচন্দ্ৰ ৰাওৱে মাদ্ৰাজ ইঞ্জিনিয়াৰিং কলেজৰ চি. এল. টি. গ্ৰিফিথক কৈছিল, ৰামানুজন সম্পৰ্কত তেওঁ যিখিনি কৰিব পাৰে যাতে কৰে।...

  D-0 ঐহিক কাৰকসমূহৰ দাবী বা চাহিদা : কিন্তু এনে আত্মমগনকাৰী অৱস্থা বেছিভাগৰ ক্ষেত্ৰতেই দীৰ্ঘদিনীয়া নহয়। অৰ্থনৈতিক হেঁচাটো আছিল অলংঘণীয়। পৰিয়ালৰ প্ৰতি থকা দায়িত্বয়ো ইয়াৰ নিজা হেঁচা দি আছিল। এটা ক্ষণ আহিল, য’ত এটা বিশেষ বিষয়ৰ অন্তটানৰ কেৰেপহীন অধ্যৱসায় আৰু ঐহিক জীৱনৰ দাবীৰ টনা-টনিত ভাঙি পৰা মুহূৰ্ত্ত...