D-0 ঐহিক কাৰকসমূহৰ দাবী বা চাহিদা : কিন্তু এনে আত্মমগনকাৰী অৱস্থা বেছিভাগৰ ক্ষেত্ৰতেই দীৰ্ঘদিনীয়া নহয়। অৰ্থনৈতিক হেঁচাটো আছিল অলংঘণীয়। পৰিয়ালৰ প্ৰতি থকা দায়িত্বয়ো ইয়াৰ নিজা হেঁচা দি আছিল। এটা ক্ষণ আহিল, য’ত এটা বিশেষ বিষয়ৰ অন্তটানৰ কেৰেপহীন অধ্যৱসায় আৰু ঐহিক জীৱনৰ দাবীৰ টনা-টনিত ভাঙি পৰা মুহূৰ্ত্ত...

  গণিতৰ বিশাল জগতখনত এনে বিদগ্ধ পাণ্ডিত্যৰ গৰাকীৰ বহুতো উদাহৰণ আছে, যাৰ অৱদান অসীম যদিও তেওঁলোক যেন বৰ্তমান সময়ৰ অগ্ৰগতিৰ লগে লগে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিছু সংখ্যক ব্যক্তিৰ মাজত তেওঁলোক এতিয়াও সমাদৃত বা প্ৰেৰণাৰ উৎস যদিও তেনে গুণগ্ৰাহীৰ সংখ্যা অতি বিৰল। তেনে এজন গণিতজ্ঞই হ’ল...

  Tezpur University is organising a national conference on theoretical physics from 8th February to 12th February 2012. The list of speakers include: Prof. Rajeev Bhalerao, TIFR, Mumbai (confirmed) Dr. Suktisama Ghosh, IIG, Mumbai (confirmed) Prof. R. Godbole, IISC, Bangaluru (confirmed) Prof. Manoranjan Khan, JU, Kolkata (confirmed) Prof. Pushpa Khare, IUCAA,...

  C-0 সূচনা গ্ৰন্থ : ৰামনুজনৰ গাণিতিক সাহসোদ্যমলৈ বুলি উদগোৱা কিতাপখন কোনো সু-বিখ্যাত বা প্ৰেৰণাদায়ক কিতাপ নাছিল। এইখন আছিল লণ্ডন আৰু কেম্ব্ৰিজৰ জৰ্জ-শ্বুব্ৰিজকাৰৰ ‘কোচ্চিং-নোটচ’ৰ এখন ‘বালিৰ দৰে শুকান’ সংস্কৰণ। শিৰোনাম আছিল ‘চিনোপচিচ্ অব্ এলিমেণ্টেৰী ৰিজাল্টচ ইন্ পিওৰ এণ্ড এপ্লাইড্-মেথেমেটিক্স’। এইখন আছিল দুটা খণ্ডৰ ক্ৰমে ১৮৮০ আৰু ১৮৮৬...

  B-1 মনস্তত্বত এটা প্ৰপঞ্চ : ১৯১৩ চনৰ আগষ্ট মাহৰ কথা। এখন কলেজত এটা আড্ডা বহিছে কেইজনমান অধ্যাপকৰ।লগত আছে কেইজনমান ছাত্ৰও। বিষয়বস্তু হৈছে এজন প্ৰতিভাধৰ। প্ৰতিভাধৰৰ প্ৰতিভা ৰৈ-বৈ গৈছে সেইসময়ৰ শিক্ষিতচামৰ মাজত। এয়া এজন গণিতৰ ছাত্ৰ কথা। ছাত্ৰজনৰ গণিতৰ চিন্তা-চৰ্চা বা তেওঁৰ চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়াই জনমানসত এক আমোদ...

  The SASTRA Ramanujan Prize, founded by Shanmugha Arts, Science, Technology & Research Academy (SASTRA) University in Kumbakonam, India, Srinivasa Ramanujan's hometown, is awarded every year to a young mathematician judged to have done outstanding work in Ramanujan's fields of interest. The age limit for the prize has been set at 32...