শ্ৰীনিবাস ৰামানুজন আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ | মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ নিলগত থকা ইৰোড নামৰ এখন সৰু গাৱঁত ৰামানুজনৰ জন্ম হৈছিল | তেওঁৰ বয়স এবছৰ হওঁতে মাকে তেওঁক কুম্বকুনাম নামৰ এখন সৰু চহৰলৈ লৈ যায়, য’ত তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত এজন কেৰাণী...

  ১৫৭১ চনৰ ২৭ ডিচেম্বৰত জাৰ্মানীৰ ৱেইল দাৰ ষ্টেট নামৰ এখন ঠা‍ইত কেপলাৰৰ জন্ম হয় | তেওঁৰ দেউতাকৰ নাম আছিল হেন্ৰিক কেপলাৰ | সৰুতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁৰ গোটেই গাতে অসংখ্য দাগ থাকি যায় আৰু এটা চকুৰো দৃষ্টিশক্তি হেৰুৱায় | ১৫৭৬ চনত তেওঁলোকৰ...

1. What lie did the British mathematician Hardy give to the Scotland Yard once in order to save Ramanujan from an arrest? 2. What famous inequation did Hardy give once regarding Ramanujan and another famous mathematician David Hilbert? 3. Among other places around the world what is...

  সম্ভৱতঃ চিচিলি দ্বীপৰ চাইৰাকুজ নামৰ এখন গ্ৰীক কলনিত আৰ্কিমিডিছৰ জন্ম হৈছিল| তেওঁ ফিডিয়াছ নামৰ এজন জ্যোতিৰ্বিদৰ পুত্ৰ আছিল আৰু হয়তো চাইৰাকুজৰ ৰজা হিয়েৰণৰ আত্মীয় আছিল| আৰ্কিমিডিছে আলেক্‌জেন্দ্ৰিয়াত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ নিজা চহৰতে পিচলৈ বসবাস কৰিছিল| সেই সময়ত গ্ৰীচত গণিতক এটা সুকুমাৰ কলাৰ বিষয়...