বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি...

বাস্তৱ পৰিস্থিতি উচিতভাৱে অনুধাৱন কৰিব পৰাটো যথেষ্ট সহায়ক হয় যদিও জনমত সমীক্ষাৰ মূল ভেটি হ’ল সৰল গণিত আৰু পৰিসংখ্যাৰ সংমিশ্ৰণ ৭১ কোটিতকৈও অধিক ভোটাৰ থকা এখন দেশত মাথোঁ ৫০ হাজাৰ ভোটাৰৰ মতামতেই নিৰ্বাচনৰ ফল সম্পৰ্কে ভৱিষ্যদ্বাণী কৰিব পৰাকৈ কিদৰে পৰ্যাপ্ত হ’ব পাৰে? ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বেই অনুষ্ঠিত...

  বিজ্ঞান-প্ৰযুক্তিৰ সম্পৰ্কীয় প্ৰায় আটাইকেইটা বিষয়তে এনে বহুতো ছাত্ৰ-ছাত্ৰী থাকে যিসকলে স্নাতকোত্তৰ শ্ৰেণীত অন্তৰ্ভূক্ত নোহোৱালৈকে তেওঁলোকৰ ‘নিজৰ’ বিষয়টোৰ সম্পৰ্কত পাঠ্যপুথিৰ লেখাসমূহৰ বাহিৰে আন কোনো লেখা দেখা নোপোৱাকৈ থাকে। আগৰ সময়বোৰতেই যদি তেওঁলোকে পাঠ্যপুথিৰ বাহিৰেও আন আন মনোগ্ৰাহী লেখা কিছুমান পঢ়িবলৈ পালেহেঁতেন তেন্তে বিষয়টোৰ প্ৰতি তেওঁলোকৰ কৌতূহল...

বৰ্তমান ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত (iitg) অধ্যাপনা কৰি থকা ড° অনুপম শইকীয়া প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ অসমীয়া ৰেংলাৰ। ছাত্ৰাৱস্থাৰ পৰাই তেখেত অনন্য কৃতিত্বৰ অধিকাৰী আৰু বৰ্তমান শিক্ষক হিচাপেও অতিকে জনপ্ৰিয়। তেখেতৰ ৱেবচাইট  http://www.iitg.ernet.in/a.saikia/ । গণিত চ'ৰাৰ  লগত হোৱা এটা সাক্ষাৎকাৰত তেখেতে তেখেতৰ শিক্ষাজীৱন, গৱেষণা আৰু বিভিন্ন বিষয়ত তেখেতৰ...

    ১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) নামৰ অনুষ্ঠানটিৰ জন্ম হয়। ১৯৮৭ চনৰ জুলাই মাহত ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা (‘অমলা বাইদেউ’)। বৰ্তমানলৈকে আলোচনীখনৰ সম্পাদকসকল...

  [caption id="attachment_1842" align="aligncenter" width="640"] Group photograph of the workshop[/caption] The department of Mathematical Sciences, Tezpur University organized a Winter School and Conference on Algebra and Number Theory during December 23-29, 2011 which was mainly sponsored by the National Board for Higher Mathematics (NBHM), Department of Atomic...

  There seems to be a HALO of mysterious invisible material engulfing galaxies, which is commonly referred to as Dark matter. Scientists infer the existence of dark (=invisible!!!) matter from the observation of its gravitational pull, which causes the stars in the outer regions of a...