গণিত আৰু দৈনন্দিন জীৱন উভয়তে সমস্যা এটা সমাধান কৰিবলৈ কৰা ব্যৰ্থ সংগ্ৰ্ৰামে আমাক বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকাৰ দৰে অনুভৱ কৰিবলৈ বাধ্য কৰায়। “বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকা”– এনে ধৰণৰ পৰিঘটনাৰ বিষয়ে যদি অনুসন্ধান কৰা হয়, তেন্তে গণিতত এনে ধৰণৰ পৰ্য্যাপ্ত পৰিমাণৰ আমোদজনক...

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক জি. এইচ. হাৰ্ডিয়ে উৎকণ্ঠা মিহলি মৰমিয়াল মাতেৰে সুধিলে: ‘কেনে আছা ?’ ‘ধন্যবাদ। ভালেই আছো।’ বিছনাত শুই থকা ৰোগীজনে উত্তৰ দিলে। হাৰ্ডি কিন্তু সন্তুষ্ট নহ’ল। ৰোগীৰ মুখত তেতিয়া প্ৰকট হৈ উঠাছে ভয়ানক ৰোগৰ বিৰুদ্ধে চলোৱা তীব্ৰ যুঁজ। কেইটামান মুহূৰ্তৰ পিছত হাৰ্ডিয়ে ক’লে-...

  খ্ৰীষ্টপূৰ্ব ২০০০ অব্দত বেবিলিয়ন আৰু মিচৰৰ সভ্যতা বিকাশৰ সময়ৰ পৰাই গণিতে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে, ন-ন সূত্ৰ, সমীকৰণৰ মাজেৰে পাৰ হৈ আহি আজিৰ অৱস্থা পাইছেহি৷ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত গণিত এক অপৰিহাৰ্য বিষয়ত পৰিণত হৈ পৰিছে৷ গণিতৰ ডাঙৰ ডাঙৰ সমীকৰণসমূহ, জ্যামিতি, ত্ৰিকোণমিতিৰ জটিল সূত্ৰসমূহ দৈনন্দিন জীৱনত...