নেচাৰ্কাচৰ পুত্ৰ পাইথাগোৰাচৰ জন্ম হৈছিল চাম’চ দ্বীপত| ৫৩৮ খৃষ্টাব্দত শাসনভাৰ লোৱা প’লিক্ৰেট্‌চৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দক্ষিণ ইটালীলৈ পলায়ন কৰে| সেইসময়তে তেওঁ ইজিপ্ত আৰু বেবিলনলৈও গেছিল বুলি জনা যায়| দক্ষিণ ইটালীৰ ক্ৰটন নামৰ ঠাইত তেওঁ আৰু তেওঁৰ অনুগামীসকল অতিশয় প্ৰভাৱশালী হৈ উঠিছিল আৰু পাইথাগোৰাছে...

  ১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয়| তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল| পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল| অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল| তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু...

বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি...

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...