Archive for the ‘Photos’ category

প্ৰকৃতি আৰু সমমিতি

- ------------------------------------------------- শিল্পী:- প্ৰাঞ্জল গগৈ, ৰসায়নিক বিজ্ঞান বিভাগ, তৃতীয় ষান্মাসিক, তেজপুৰ বিশ্ববিদ্যলয়। --------------------------------------------------

সংখ্যা-যাদু

          2010 চনৰ 24 অক্টোৱৰ তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষগৃহত (তেজপুৰ বিশ্ববিদ্যালয়) সেই বৰ্ষৰ টেকক্ষেত্ৰৰ (TechXetra) উপলক্ষে প্ৰফেছৰ নয়নদীপ ডেকাবৰুৱাই এক সংখ্যা-যাদু প্ৰদৰ্শন কৰিছিল। ইয়াত সহযোগ কৰিছিল বিশ্ববিদ্যালয়খনৰ গণিত ক্লাৱৰ প্ৰায় চল্লিশজন সদস্যই। বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী উপভোগ কৰিছিল। ওপৰৰ ফটো দুখন সেই যাদু প্ৰদৰ্শনীৰ [...]

পাই চিহ্ন

প্ৰতি বছৰে 14 মাৰ্চ (3.14) তাৰিখটো ‘পাই() দিৱস’ হিছাপে উৎযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগত 2009 চনত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছিল। সেই কাৰ্যসূচীৰ উপলক্ষে বিভাগটোৰ তেতিয়াৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী প্লাৱিতা বৰুৱা, গীতাঞ্জলী ডেকা, জয়শ্ৰী বৰপূজাৰী, অংশু মালা আৰু হিমা শৰ্মাই এই চিহ্নটো বনাই উলিয়াইছিল।