Archive for the ‘Fun Facts’ category
এটা অতুলনীয় অনুপাত : φ (ফাই)
সমাপ্ত দশমিক বা (অসমাপ্ত) পৌনঃপুনিক দশমিক হিচাপে প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰেই হ’ল অপৰিমেয় সংখ্যা। তেনেধৰণৰ অতি চিনাকি অপৰিমেয় সংখ্যা এটা হ’ল (পাই) যাৰ মোটামুটি মান ৩.১৪১৬...। এই প্ৰবন্ধটিত আমি অন্য এটা অপৰিমেয় সংখ্যাৰ কথা আলোচনা কৰিব খুজিছোঁ। ইয়াক গ্ৰীক আখৰ (ফাই)ৰে বুজোৱা হয়। বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতেই হ’ল আমাৰ চিনাকি অপৰিমেয় সংখ্যা । [...]
Number magic
Recently I found all the 22 existing ways to put 0 to 9 in the equation of a product such that each number occurs exactly once. And here they are: 5694×3=17082 6819×3=20457 6918×3=20754 8169×3=24507 9168×3=27504 3907×4=15628 7039×4=28156 9127×4=36508 5817×6=34902 3094×7=21658 4093×7=28651 9304×7=65128 9403×7=65821 594×27=16038 495×36=17820 402×39=15678 396×45=17820 715×46=32890 367×52=19084 297×54=16038 927×63=58401 345×78=26910 Also, [...]
The Millennium Problems
Recently Prof. Malay Dutta (Department of Computer Science and Engineering, Tezpur University) gave a talk on the Millennium Problems in mathematics. We present to you a series of 8 articles written by Prof. Dutta where he speaks about the problems in detail. This is the introductory post and will be followed very soon by [...]
প্ৰফেছৰ ভলভলীয়াৰ সংখ্যাৰ দোকান
অৱসৰ লোৱাৰ পাছত প্ৰফেছৰ ভলভলীয়াই এখন সংখ্যাৰ দোকান খুলিলে। বিভিন্ন ধৰ্মৰ, বিভিন্ন ৰূপৰ, বিচিত্ৰ চৰিত্ৰৰ অলেখ সংখ্যা তেখেতৰ দোকানত কিনিবলৈ পোৱা যায়। কেতিয়াবা ভাল মুডত থাকিলে গ্ৰাহকে বিনামূলীয়াকৈয়ো দুই এটা সংখ্যা তেখেতৰ পৰা পায়। এদিন ৰাতিপুৱা দোকান খুলি ইউক্লিড, আৰ্কিমিডিছ, অয়লাৰ, গাউছ, ৰামানুজন আদি গণিতজ্ঞসকলৰ ফটোত পুষ্পাঞ্জলি দি প্ৰফেছৰে গাদীত বহিবলৈ লওঁতেই আৰৱৰ প্ৰখ্যাত [...]
Some interesting properties about some prime numbers
OBSERVATION I: You know the definition of prime numbers. Now I am going to tell you some interesting properties about some prime numbers. I observe that there are only three primes having two digits which are also consecutive, have a special property. When I added the digits of the three primes, I found that these [...]
Morley's Theorem
INTRODUCTION: One of the most elementary theorems in elementary geometry was discovered about 1899 by F. Morley (whose son Cristopher wrote novels such as Thunder on the Left). He mentioned it to his friends, who spread it over the world in the form of mathematical gossip. At last, after ten years, a trigonometrical proof by [...]
20 টা বিখ্যাত অবীজীয় সংখ্যা
এটা পূৰ্ণ সংখ্যা আৰু এটা স্বাভাৱিক সংখ্যাৰ হৰণফল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে আৰু এইদৰে যিবোৰ সংখ্যাক প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। পৰিমেয় সহগ বিশিষ্ট কোনো বিজগণিতীয় সমীকৰণৰ মূল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ হ’ল বীজীয় সংখ্যা আৰু যিবোৰ সংখ্যা বীজীয় নহয় সেইবোৰেই অবীজীয় সংখ্যা, অৰ্থাৎ এটা অবীজীয় সংখ্যাক [...]
Phi, the Golden Ratio
Gonit Sora has been able to obtain a copy of a talk on given by Mr. Arun Mahanta, Kalibaor College. Please click here to download.
পাটীগণিতীয় বতৰ্নী (Arithmetic Loop)
গণিত আৰু দৈনন্দিন জীৱন উভয়তে সমস্যা এটা সমাধান কৰিবলৈ কৰা ব্যৰ্থ সংগ্ৰ্ৰামে আমাক বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকাৰ দৰে অনুভৱ কৰিবলৈ বাধ্য কৰায়। “বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকা”– এনে ধৰণৰ পৰিঘটনাৰ বিষয়ে যদি অনুসন্ধান কৰা হয়, তেন্তে গণিতত এনে ধৰণৰ পৰ্য্যাপ্ত পৰিমাণৰ আমোদজনক পৰিঘটনা পোৱা যায়। এই প্ৰ্ৰবন্ধটিত আমাৰ সংখ্যা পদ্ধতি(Number system)টোৰ এনেধৰণৰ [...]
The Ubiquitous Pi
Let’s begin by Quoting William Schaff: 'probably no symbol in mathematics has evoked as much mystery, romanticism, misconception and human interest as the number ....’ Geometry and trigonometry For any circle with radius r and diameter d (= 2r), the circumference is πd and the area is πr2. Further, π appears in formulas for areas [...]





Enter Your Email to Subscribe