যিবোৰ শব্দ, বাক্য বা ছন্দ সচৰাচৰ পঢ়াৰ ধৰণতকৈ বিপৰীত ফালৰ পৰা, অৰ্থাৎ সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একেই হয় সেইবোৰক পেলিনড্ৰম বোলে। যেনে- Refer, level, নৱজীৱন। তথ্য অনুসৰি, মধ্যযুগত ইউৰোপ, আমেৰিকাত পেলিনড্ৰম আৱিস্কাৰ কৰাতো এটি খেলৰ দৰে আছিল আৰু গ্ৰীক, লেটিন আৰু ৰোমান ভাষাত ইয়াৰ চৰ্চা...

  "Since the mathematicians have invaded the theory of relativity, I do not understand it myself any more." -- Albert Einstein "Only professional mathematicians learn anything from proofs. Other people learn from explanations." -- Ralph Boas "An engineer thinks that his equations are an approximation to reality. A...

  “গণিতজ্ঞসকলে তেওঁলোকৰ বিষয়টোক বিজ্ঞানৰ বিপৰীতে এক সৃষ্টিশীল কলা বুলিহে ভাবে। গণিত সেয়ে বিজ্ঞানৰ ৰাণী আৰু হাতধৰি লিগিৰী- দুয়োটাই।” (চি. ডি. ওলডচ্, ই. টি. বেল্) উপৰ্যুক্ত সৃষ্টিশীল কলাৰ দৃষ্টিৰেই অবিৰত ভগ্নাংশৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ এই প্ৰবন্ধটিত। সোতৰ আৰু ওঠৰ শতিকাৰ বহুতো বিখ্যাত গণিতজ্ঞ অবিৰত ভগ্নাংশৰ সৈতে জড়িত...

  সমাপ্ত দশমিক বা (অসমাপ্ত) পৌনঃপুনিক দশমিক হিচাপে প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰেই হ’ল অপৰিমেয় সংখ্যা। তেনেধৰণৰ অতি চিনাকি অপৰিমেয় সংখ্যা এটা হ’ল $$pi$$ (পাই) যাৰ মোটামুটি মান ৩.১৪১৬...

  Recently I found all the 22 existing ways to put 0 to 9 in the equation of a product such that each number occurs exactly once. And here they are: 5694×3=17082 6819×3=20457 6918×3=20754 8169×3=24507 9168×3=27504 3907×4=15628 7039×4=28156 9127×4=36508 5817×6=34902 3094×7=21658 4093×7=28651 9304×7=65128 9403×7=65821 594×27=16038 495×36=17820 402×39=15678 396×45=17820 715×46=32890 367×52=19084 297×54=16038 927×63=58401 345×78=26910   Also, as an extension, did the same after excluding zero: 1738×4= 6952 1963×4= 7852 483×12= 5796 297×18= 5346 198×27= 5346 157×28= 4396 186×39=...