Archive for the ‘Biography’ category

শ্ৰীনিৱাস ৰামানুজন

  শ্ৰীনিবাস ৰামানুজন আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ | মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ নিলগত থকা ইৰোড নামৰ এখন সৰু গাৱঁত ৰামানুজনৰ জন্ম হৈছিল | তেওঁৰ বয়স এবছৰ হওঁতে মাকে তেওঁক কুম্বকুনাম নামৰ এখন সৰু চহৰলৈ লৈ যায়, য’ত তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত এজন কেৰাণী হিচাবে কাম কৰিছিল | ১৮৮৯ চনৰ ডিচেম্বৰ মাহৰ ৰামানুজন [...]

জহান্স কেপলাৰ

  ১৫৭১ চনৰ ২৭ ডিচেম্বৰত জাৰ্মানীৰ ৱেইল দাৰ ষ্টেট নামৰ এখন ঠা‍ইত কেপলাৰৰ জন্ম হয় | তেওঁৰ দেউতাকৰ নাম আছিল হেন্ৰিক কেপলাৰ | সৰুতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁৰ গোটেই গাতে অসংখ্য দাগ থাকি যায় আৰু এটা চকুৰো দৃষ্টিশক্তি হেৰুৱায় | ১৫৭৬ চনত তেওঁলোকৰ পৰিয়ালটো লিয়ঁবাৰ্গ নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁৰ [...]

আৰ্কিমিডিছ

  সম্ভৱতঃ চিচিলি দ্বীপৰ চাইৰাকুজ নামৰ এখন গ্ৰীক কলনিত আৰ্কিমিডিছৰ জন্ম হৈছিল| তেওঁ ফিডিয়াছ নামৰ এজন জ্যোতিৰ্বিদৰ পুত্ৰ আছিল আৰু হয়তো চাইৰাকুজৰ ৰজা হিয়েৰণৰ আত্মীয় আছিল| আৰ্কিমিডিছে আলেক্‌জেন্দ্ৰিয়াত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ নিজা চহৰতে পিচলৈ বসবাস কৰিছিল| সেই সময়ত গ্ৰীচত গণিতক এটা সুকুমাৰ কলাৰ বিষয় হিচাবে গণ্য কৰা হৈছিল আৰু ব্যৱহাৰিক প্ৰয়োগৰ বাবে [...]

পাইথাগোৰাচ

  নেচাৰ্কাচৰ পুত্ৰ পাইথাগোৰাচৰ জন্ম হৈছিল চাম’চ দ্বীপত| ৫৩৮ খৃষ্টাব্দত শাসনভাৰ লোৱা প’লিক্ৰেট্‌চৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দক্ষিণ ইটালীলৈ পলায়ন কৰে| সেইসময়তে তেওঁ ইজিপ্ত আৰু বেবিলনলৈও গেছিল বুলি জনা যায়| দক্ষিণ ইটালীৰ ক্ৰটন নামৰ ঠাইত তেওঁ আৰু তেওঁৰ অনুগামীসকল অতিশয় প্ৰভাৱশালী হৈ উঠিছিল আৰু পাইথাগোৰাছে নতুনকৈ আৰম্ভ কৰা পন্থাটোৰ এখন পঢ়াশালি তাত গঢ়ি তুলিছিল| [...]

পাস্কেল

  ১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয়| তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল| পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল| অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল| তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু ব্যৱহাৰিক বিজ্ঞানৰ কেতবোৰ দিশত বৈজ্ঞানিক অধ্যয়ন চলাইছিল আৰু জলীয় [...]

শ্ৰীনিবাস ৰামানুজনৰ আখ্যান

বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি কৰি এক নতুন ৰূপ দিলে। এই প্ৰৱন্ধটোৱে তেখেতৰ অৱদানবোৰৰ [...]

Music, Mathematics and Mozart

We find in human history instances of various geniuses who live for a very short span of life but who leave lasting impression in the field of his/her interest. In the field of music, Wolfgang Amadeus Mozart was such a genius. Mozart was born January 27, 1756 in Salzburg, Austria, and he lived a short [...]

এবেল বঁটা আৰু বিজয়ীসকল

নীলছ হেনৰিক এবেল...গণিতৰ জগতখনৰ লগত জড়িত খুব কমসংখ্যকেহে হয়তো এই বিশ্ববিখ্যাত গণিতজ্ঞজনৰ বিষয়ে শুনা নাই। ইউৰোপ মাহাদেশৰ নৰৱে নামৰ সৰু দেশখনৰ ফিন্দো নামৰ চহৰখনত ১৮০২ চনৰ ৫ আগষ্টত জন্মগ্ৰহণ কৰা এই বিখ্যাত গণিতজ্ঞজনে জীৱনকাল হিচাপে মাত্ৰ সাতাইছ বছৰহে লাভ কৰিছিল যদিও এইখিনি সময়ৰ ভিতৰতে তেওঁ গণিতৰ জগতখনলৈ এনেকুৱা বৰঙণি আগবঢ়াই থৈ যাবলৈ সক্ষম হৈছিল যে [...]

Evariste Galois: The Man Who Never Lived

Evariste Galois, the famous French mathematician whose life is tragic and inspiring at the same time was born 200 years ago. Gonit Sora is celebrating his life by bringing forth a series of articles on the life and works of Galois. This is the first of the planned five articles to be published throughout this [...]

গণিতৰ মোজাৰ্ট : টেৰেন্স টাও

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ হৈ পৰিব আৰু গণিতজ্ঞজনকো হাজাৰ বছৰলৈকে সকলোৱে যে মনত ৰাখিব [...]