এটা পূৰ্ণ সংখ্যা আৰু এটা স্বাভাৱিক সংখ্যাৰ হৰণফল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে আৰু এইদৰে যিবোৰ সংখ্যাক প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। পৰিমেয় সহগ বিশিষ্ট কোনো বিজগণিতীয় সমীকৰণৰ মূল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ হ’ল বীজীয় সংখ্যা আৰু যিবোৰ সংখ্যা...