1) The H.C.F. of $$\frac{9}{4},\frac{3}{20},\frac{9}{10} and \frac{15}{16}$$ is: A) $$\frac{3}{80}$$ B) $$\frac{3}{2}$$ C) $$\frac{1}{40}$$ D) $$\frac{45}{2}$$   2) The L.C.M. of $$\frac{2}{3},\frac{3}{20},\frac{9}{10} and \frac{15}{16}$$ is: A) $$\frac{3}{80}$$ B) $$\frac{3}{2}$$ C) $$\frac{1}{15}$$ D) $$\frac{45}{2}$$   3) The H.C.F. of 1.26, 1.155, 0.21 and 0.315 is: A) 0.05 B) 0.105 C) 1.05 D) 0.03...

এখন মহাবিদ্যালয়ৰ ফুটবল, ভলীবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীসকলক তলৰ ভেনচিত্ৰটোত ক্ৰমে ত্ৰিভূজ, বৰ্গ, বৃত্ত আৰু আয়তৰ সহায়ত বুজোৱা হৈছে।এই ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্ন সাতটাৰ উত্তৰ উলিয়াওক।     ১) বেডমিন্টন খেলা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? A) ৭৭  B) ৩৩১  C) ৩৪১  D) ৩৫৯   ২) ফুটবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা,...