১। এইবিধ যৌগ হ’ল প্রথম CFC যৌগ। যৌগবিধ আবিষ্কাৰ কৰিছিল মার্কিন বিজ্ঞানী থমাচ মিডগেলীয়ে। বেয়া গোন্ধ থকাৰ উপৰিও এইবিধ যৌগ বিষাক্তও। ইয়াত কোনবিধ যৌগৰ কথা কোৱা হৈছে? ২। ১৯৩৭ চনত এমিলিও চেগ্রে আৰু কার্লো পেৰিয়াৰে আবিষ্কাৰ কৰা এইবিধ মৌল হ’ল কৃত্রিম ভাবে প্রস্তুত কৰা প্রথমটো মৌল।...