Archive for the ‘Xophura’ category
গণিতৰ যাদু আৰু বেজবৰুৱা
খ্ৰীষ্টপূৰ্ব ২০০০ অব্দত বেবিলিয়ন আৰু মিচৰৰ সভ্যতা বিকাশৰ সময়ৰ পৰাই গণিতে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে, ন-ন সূত্ৰ, সমীকৰণৰ মাজেৰে পাৰ হৈ আহি আজিৰ অৱস্থা পাইছেহি৷ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত গণিত এক অপৰিহৰ্য বিষয়ত পৰিণত হৈ পৰিছে৷ গণিতৰ ডাঙৰ ডাঙৰ সমীকৰণসমূহ, জ্যামিতি, ত্ৰিকোণমিতিৰ জটিল সূত্ৰসমূহ বাস্তৱ জীৱনত প্ৰয়োগ নহ’লেও সাধাৰণ যোগ-বিয়োগ, পূৰণ-হৰণক এৰি কোনো মানুহে দৈনন্দিন [...]





Enter Your Email to Subscribe