ব্যস্ততা, ব্যস্ততা আৰু ব্যস্ততা। অধ্যাপক হ'লোঁ বুলিয়েই মই মানুহ নহয় নেকি? যোৱা সপ্তাহত একেলগে সাতটা ক্লাছ আৰু আজি দেওবাৰটোতো বিশেষ পাঠদান। নোৱাৰি আৰু দেই! মোক অলপ বিশ্ৰাম লাগে। যানখনৰ বিশাল পৰ্দাখনৰলৈ চকু ফুৰালোঁ— এতিয়াও বিশ্ববিদ্যালয় পাবলৈ দুই আলোকবৰ্ষ আছে। অন্ততঃ তিনি-চাৰি ঘণ্টা আৰামত এঘুমটি মাৰিব...

পুৱা ৪.৩০ বজা। ৪০৩০ চন। পৃথিৱী। জেছমিনহঁতৰ ঘৰৰ ৱাল ঘড়ীটোৱে তেতিয়া ৪.৩০ বজাৰ সংকেত দিলে। লগে লগে তাইৰ শৰীৰটোৰ পাৱাৰ অন্ হ’ল। অৰ্থাৎ তাই সাৰ পালে। লগে লগে তাই নিজকে ইণ্টাৰনেটৰ সৈতে সংযোগ কৰি ল’লে আৰু ৰিচাৰ্জ ৰূমটোৰফালে আগবাঢ়ি গ’ল। আধা ঘণ্টাৰ কাৰণে তাই নিজৰ...

  অৱসৰ লোৱাৰ পাছত প্ৰফেছৰ ভলভলীয়াই এখন সংখ্যাৰ দোকান খুলিলে। বিভিন্ন ধৰ্মৰ, বিভিন্ন ৰূপৰ, বিচিত্ৰ চৰিত্ৰৰ অলেখ সংখ্যা তেখেতৰ দোকানত কিনিবলৈ পোৱা যায়। কেতিয়াবা ভাল মুডত থাকিলে গ্ৰাহকে বিনামূলীয়াকৈয়ো দুই এটা সংখ্যা তেখেতৰ পৰা পায়। এদিন ৰাতিপুৱা দোকান খুলি ইউক্লিড, আৰ্কিমিডিছ, অয়লাৰ, গাউছ, ৰামানুজন আদি গণিতজ্ঞসকলৰ...

5th June, 2005: With a copy of Dan Brown’s Da Vinci Code under his arm and a bag full of paper work, Ricky Banerjee walked past the newly painted street-boards towards the community garden of Ecstasy Heavens-the apartment where he resided along with his elder...