Posts Tagged ‘AAM’

অসম গণিত শিক্ষায়তনৰ সম্পৰ্কে

    ১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) নামৰ অনুষ্ঠানটিৰ জন্ম হয়। ১৯৮৭ চনৰ জুলাই মাহত ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা (‘অমলা বাইদেউ’)। বৰ্তমানলৈকে আলোচনীখনৰ সম্পাদকসকল হ’ল:- ড° অমলা বেজবৰুৱা ড° দিলীপ [...]

সত্য, গাম্ভীৰ্য্য আৰু সৌন্দৰ্য্যৰে পৰিপূৰ্ণ বিষয়টোৰ চৰ্চা সম্পৰ্কে

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ - “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি হাজাৰ চিন্তা পাৰ হৈ যায়। মোক আচৰিত কৰা কথাটো [...]