Posts Tagged ‘Pi’
Pi quiz
1. Mathematician Irving Kaplansky has given music to only one song in his entire professional career, which was written by Enid Rieser and became quite popular in the last decade. What was the song? 2. For what folly will the House Bill No. 246 of the Indiana State Assembly infamous in mathematical history? 3. [...]
Approximations to Pi by the Kerala School of Mathematics
Estimating the value of (the ratio between the circumference and diameter of a circle) has been the favourite pass time of mathematicians from antiquity to the modern age. Most of the mathematicians in the ancient days used the procedure of inscribing and circumscribing the circle by polygons of a large number of sides and [...]
20 টা বিখ্যাত অবীজীয় সংখ্যা
এটা পূৰ্ণ সংখ্যা আৰু এটা স্বাভাৱিক সংখ্যাৰ হৰণফল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে আৰু এইদৰে যিবোৰ সংখ্যাক প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। পৰিমেয় সহগ বিশিষ্ট কোনো বিজগণিতীয় সমীকৰণৰ মূল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ হ’ল বীজীয় সংখ্যা আৰু যিবোৰ সংখ্যা বীজীয় নহয় সেইবোৰেই অবীজীয় সংখ্যা, অৰ্থাৎ এটা অবীজীয় সংখ্যাক [...]
পাই চিহ্ন
প্ৰতি বছৰে 14 মাৰ্চ (3.14) তাৰিখটো ‘পাই() দিৱস’ হিছাপে উৎযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগত 2009 চনত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছিল। সেই কাৰ্যসূচীৰ উপলক্ষে বিভাগটোৰ তেতিয়াৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী প্লাৱিতা বৰুৱা, গীতাঞ্জলী ডেকা, জয়শ্ৰী বৰপূজাৰী, অংশু মালা আৰু হিমা শৰ্মাই এই চিহ্নটো বনাই উলিয়াইছিল।
পাইৰ কাহিনী
গণিতৰ ইতিহাসৰ অন্যতম গ্লেমাৰাছ চৰিত্ৰ π(পাই)ৰ এক দীঘল তথা বৈচিত্ৰ্যপূৰ্ণ বুৰঞ্জী আছে। প্ৰ্ৰকৃততে এই চিহ্নটো নো কি? এইটো হ’ল গ্ৰ্ৰীক বৰ্ণমালাৰ এটা আখৰ যি ইংৰাজী বৰ্ণমালাৰ p আখৰটোৰ কাম কৰে। কিন্তু প্ৰ্ৰাচীন যুগত গ্ৰ্ৰীকসকলে এই আখৰটোৰে এক সুকীয়া তথা এক সুনিৰ্দিষ্ট মান বুজাবলৈ ব্যৱহাৰ কৰিছিল| বহু দিনৰ আগতে গ্ৰ্ৰীকসকল তথা তেওঁলোকৰ পূৰ্বসূৰীসকলে বৃত্তৰ এটা অদ্ভুত [...]
The Ubiquitous Pi
Let’s begin by Quoting William Schaff: 'probably no symbol in mathematics has evoked as much mystery, romanticism, misconception and human interest as the number ....’ Geometry and trigonometry For any circle with radius r and diameter d (= 2r), the circumference is πd and the area is πr2. Further, π appears in formulas for areas [...]





Enter Your Email to Subscribe