
18 Apr সুমন্ত বৰুৱাৰ তিনিটা গণিত-কাৰ্টুন
শিল্পী: সুমন্ত বৰুৱা
সুমন্ত বৰুৱাৰ কাৰ্টুন “বিজ্ঞান জেউতি”ত প্ৰায় সাত বছৰ নিয়মীয়াকৈ প্ৰকাশ হৈছিল আৰু বৰ্তমান তেওঁৰ কাৰ্টুন “সাতসৰী”ত নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। তাৰোপৰি “দৃষ্টি”, “প্ৰান্তিক”, “Journal of Assam Science Society”, “Science Reporter”, “Resonance” আদিত তেওঁৰ কাৰ্টুন প্ৰকাশিত হৈছে। প্ৰধানকৈ বিজ্ঞানৰ কাৰ্টুনেৰে জনপ্ৰিয়তা আৰু সন্মান আৰ্জন কৰা শ্ৰী বৰুৱাৰ কাৰ্টুন একাধিক আন্ত:ৰাষ্ট্ৰীয় কাৰ্টুন মহোৎসৱতো প্ৰদৰ্শিত হৈছে। সাতসৰীত প্ৰকাশিত সমাজ আৰু ৰাজনীতি সম্পৰ্কীয় কাৰ্টুনসমূহৰ জড়িয়তে তেওঁ প্ৰতিভাৰ আন এক নিদৰ্শন দাঙি ধৰাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ বৰ্তমান বাংগালোৰৰ ছেমছাং ইণ্ডিয়া ছফটৱেৰ প্ৰাইভেট লিমিটেডৰ লীড ছফটৱেৰ ইঞ্জিনিয়াৰ।
Download this post as PDF (will not include images and mathematical symbols).
Managing Editor of the English Section, Gonit Sora and Research Associate, Cardiff University, UK.
shantanu gogoi
Posted at 13:38h, 03 Maybhal lagil
Stuti Ranjeet Konwar
Posted at 14:45h, 17 AugustMr Sumanta Baruah is always my favorite for his cartoons….his cartoons should not have a new introduction, its appreciable in the entire circle.