Archimedes আৰ্কিমিডিছ সম্ভৱতঃ চিচিলি দ্বীপৰ চাইৰাকুজ নামৰ এখন গ্ৰীক কলনিত আৰ্কিমিডিছৰ জন্ম হৈছিল| তেওঁ ফিডিয়াছ নামৰ এজন জ্যোতিৰ্বিদৰ পুত্ৰ আছিল