The number of functions
1) A={a, b, c, d, e} and B={x, y, z}. Then the number of surjections that can be defined from the set A to the set B is
(সংহতি A = {a, b, c, d, e} ৰ পৰা সংহতি B = {x, y, z} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা কিমান?)
A) 0
B) 15
C) 150
D) 200
2)A={1, 2, 3, 4} and B={1, 2, 3, 4}. Then the number of bijective functions from A to B is
(A = {১, ২, ৩, ৪} ৰ পৰা B = {১, ২, ৩, ৪} লৈ পাব পৰা দ্বি-নিক্ষেপক ফলনৰ সংখ্যা কিমান?)
A) 4
B) 16
C) 20
D) 24
3) A={1, 2, 3, 4} and B={a, b, c}. Then the number of functions that can be defined from A to B is
(সংহতি A = {১, ২, ৩, ৪} ৰ পৰা সংহতি B = {ক, খ, গ} লৈ পাব পৰা ফলনৰ সংখ্যা কিমান?)
A) 21
B) 81
C) 54
D) 99
4) A={1, 2, 3, 4} and B={1, 2, 3, 4}. Then the number of functions that can be defined from A to B is
(সংহতি A = {১, ২, ৩, ৪} ৰ পৰা সংহতি B = {১, ২, ৩, ৪} লৈ পাব পৰা ফলনৰ সংখ্যা কিমান?)
A) 220
B) 160
C) 292
D) 256
5) A={1, 2, 3, 4} and B={1, 2, 3, 4}. Then the number of surjections that can be defined from the set A to the set B is
(সংহতি A = {১, ২, ৩, ৪} ৰ পৰা সংহতি B = {১, ২, ৩, ৪} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা কিমান?)
A) 16
B) 9
C) 12
D) 24
6) A={1, 2, 3, 4} and B={1, 2, 3, 4, 5}. Then the number of surjections that can be defined from the set A to the set B is
(সংহতি A = {১, ২, ৩, ৪} ৰ পৰা সংহতি B = {১, ২, ৩, ৪, ৫} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা কিমান?)
A) 20
B) 15
C) 0
D) 41
7) A={1, 2, 3, 4, 5} and B={1, 2, 3, 4, 5}. Then the number of functions that can be defined from A to B is
(সংহতি A = {১, ২, ৩, ৪, ৫} ৰ পৰা সংহতি B = {১, ২, ৩, ৪, ৫} লৈ পাব পৰা ফলনৰ সংখ্যা কিমান?)
A) 4120
B) 4025
C) 3125
D) 625
8) A={1, 2, 3, 4, 5} and B={1, 2, 3, 4, 6}. Then the number of surjections that can be defined from the set A to the set B is
(সংহতি A = {১, ২, ৩, ৪, ৫} ৰ পৰা সংহতি B = {১, ২, ৩, ৪, 6} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা কিমান?)
A) 1
B) 5
C) 120
D) 25
9) A={1, 2, 3, 4} and B={1, 2, 3, 4, 5, 6}. Then the number of injective functions that can be defined from A to B is
(সংহতি A = {১, ২, ৩, ৪} ৰ পৰা সংহতি B = {১, ২, ৩, ৪, 5, ৬} লৈ পাব পৰা একৈকী ফলনৰ সংখ্যা কিমান?)
A) 24
B) 256
C) 720
D) 360
10) A={1, 2, 3, 4, 5} and B={1, 2}. Then the number of surjections that can be defined from the set A to the set B is
(সংহতি A = {১, ২, ৩, ৪, ৫} ৰ পৰা সংহতি B = {১, ২} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা কিমান?)
A) 25
B) 30
C) 10
D) 20
Answers:
১) C ২) D ৩) B ৪) D ৫) D ৬) C ৭) C ৮) C ৯) D ১০) B