“গণিতজ্ঞসকলে তেওঁলোকৰ বিষয়টোক বিজ্ঞানৰ বিপৰীতে এক সৃষ্টিশীল কলা বুলিহে ভাবে। গণিত সেয়ে বিজ্ঞানৰ ৰাণী আৰু হাতধৰি লিগিৰী- দুয়োটাই।” (চি. ডি. ওলডচ্, ই. টি. বেল্) উপৰ্যুক্ত সৃষ্টিশীল কলাৰ দৃষ্টিৰেই অবিৰত ভগ্নাংশৰ...

বিজ্ঞান-প্ৰযুক্তিৰ সম্পৰ্কীয় প্ৰায় আটাইকেইটা বিষয়তে এনে বহুতো ছাত্ৰ-ছাত্ৰী থাকে যিসকলে স্নাতকোত্তৰ শ্ৰেণীত অন্তৰ্ভূক্ত নোহোৱালৈকে তেওঁলোকৰ ‘নিজৰ’ বিষয়টোৰ সম্পৰ্কত পাঠ্যপুথিৰ লেখাসমূহৰ বাহিৰে আন কোনো লেখা দেখা নোপোৱাকৈ থাকে। আগৰ সময়বোৰতেই যদি তেওঁলোকে...